Wildebeest analysis examples for:   asm-asmfb   হ    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

3  GEN 1:3  ঈশ্বৰে ক’লে, “পোওক,” তেতিয়া পো’ল।
4  GEN 1:4  ঈশ্বৰে পোৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোৰক পৃথক কৰিলে।
5  GEN 1:5  পাছত ঈশ্বৰে পোৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” ’ল। এইদৰে গধূলি ’ল আৰু পুৱা োৱাত এক দিন ’ল। পাছত ঈশ্বৰে পোৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা োৱাত প্রথম দিন ’ল।
6  GEN 1:6  তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ এক বিস্তৃত খালী অংশ ওঁক আৰু ই জলক দুভাগ কৰক।”
7  GEN 1:7  এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই ’ল।
8  GEN 1:8  ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা ’লত, দ্বিতীয় দিন ’ল।
9  GEN 1:9  তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইতি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই ’ল।
10  GEN 1:10  ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
11  GEN 1:11  ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই ’ল;
12  GEN 1:12  ভূমিত ঘাঁ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ ’ল আৰু ফলৰ ভিতৰত গুটি ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
13  GEN 1:13  গধূলি আৰু পুৱা োৱাৰ পাছত তৃতীয় দিন ’ল।
14  GEN 1:14  তাৰ পাছত ঈশ্বৰে ক’লে, “পো’বলৈ আকাশত অনেক জ্যোতিবোৰ ওঁক; সেই পোৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱাৰ ওঁক।
15  GEN 1:15  সেইবোৰে পৃথিবীৰ ওপৰত পোদিবলৈ আকাশত প্ৰদীপস্বৰূপ ওঁক।” তেতিয়া তেনেদৰেই ’ল।
16  GEN 1:16  ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ একা-জ্যোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃজ্যোতি আৰু তৰাবোৰকো নিৰ্ম্মাণ কৰিলে।
17  GEN 1:17  ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোদিয়ে;
18  GEN 1:18  দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
19  GEN 1:19  গধূলি আৰু পুৱা োৱাৰ পাছত চতুৰ্থ দিন ’ল।
20  GEN 1:20  তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ ওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
23  GEN 1:23  গধূলি আৰু পুৱা োৱাৰ পাছত পঞ্চম দিন ’ল।
24  GEN 1:24  তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন ওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানা বিধ বনৰীয়া জন্তু উৎপন্ন ওঁক।” তাতে তেনেকুৱাই ’ল।
26  GEN 1:26  তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানু নিৰ্ম্মাণ কৰোঁক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
27  GEN 1:27  তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানু সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানু সৃষ্টি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
28  GEN 1:28  পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোকুবংশ োৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
29  GEN 1:29  ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰাৰ ’ব।
30  GEN 1:30  সকলো বনৰীয়া জন্তু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলো প্রাণীৰাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই ’ল।
31  GEN 1:31  পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰু পুৱা োৱাৰ পাছত ষষ্ঠ দিন ’ল।
32  GEN 2:1  এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা ’ল; আৰু উভয়কে সকলোৰে পৰিপূর্ণ কৰা ’ল।
35  GEN 2:4  এয়াই ৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিাস। ঈশ্বৰ যিোৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
36  GEN 2:5  তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিোৱাই পৃথিবীত বৰষুণ বৰষোৱা নাছিল আৰু মাটিাবৰ কাৰণে মানুনাছিল।
37  GEN 2:6  কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠিিল আৰু গোটেই ভূমি ভিজালে।
38  GEN 2:7  ঈশ্বৰ যিোৱাই মাটিৰ পৰা ধুলি লৈ মানু নিৰ্ম্মাণ কৰিলে আৰু সেই মানুনাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানু জীৱন্ত প্ৰাণী ’ল।
39  GEN 2:8  ঈশ্বৰ যিোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুৰাখিলে।
40  GEN 2:9  সেই ঠাইৰ মাটিত ঈশ্বৰ যিোৱাই দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
41  GEN 2:10  সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাইিছিল আৰু সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ ৈছিল।
42  GEN 2:11  প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমুদায় বীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
43  GEN 2:12  সেই দেশৰ সোণ উত্তম; তাত গুগগুলু আৰুুৰঙী মূল্যৱান পাথৰো পোৱা যায়।
44  GEN 2:13  দ্বিতীয় নৈখনৰ নাম গীোন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
45  GEN 2:14  তৃতীয় নৈখনৰ নাম িদ্দেকেল। সেই নদী অচুৰ দেশৰ পূবদিশে বৈ গৈছে। চতুৰ্থ নদীখনৰ নাম ৈছে ফৰাৎ।
46  GEN 2:15  ঈশ্বৰ যিোৱাই মানুনি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়।
47  GEN 2:16  ঈশ্বৰ যিোৱাই মানুএই আজ্ঞা দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
48  GEN 2:17  কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল ’লে নাখাবা; কিয়নো যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্যু ’ব।”
49  GEN 2:18  তাৰ পাছত ঈশ্বৰ যিোৱাই ক’লে, “মানু অকলে থকা ভালয়; মই তেওঁৰ বাবে এজন উপযুক্তকাৰী নিৰ্ম্মাণ কৰিম।”
50  GEN 2:19  ঈশ্বৰ যিোৱাই মাটিৰ পৰা সকলো প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবোৰ নিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকলো প্রাণীকে মানুওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুসেই সকলোবোৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবোৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে ’ল।
51  GEN 2:20  মানুসকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবোৰৰ নাম দিলে; কিন্তু মানুনিজৰ কাৰণে সেইবোৰৰ মাজত উপযুক্তকাৰী নাপালে।
52  GEN 2:21  সেয়ে ঈশ্বৰ যিোৱাই মানুলৈ গভীৰ টোপনি আনিলে; তাতে তেওঁ গভীৰ টোপনি গ’ল। তেতিয়া ঈশ্বৰ যিোৱাই তেওঁৰ এডাল কামী-াড় উলিয়াই সেই ঠাই মঙেৰে পুৰালে।
53  GEN 2:22  ঈশ্বৰ যিোৱাই মানুপৰা উলিওৱা কামী-াড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুওচৰলৈ লৈ আনিলে।
54  GEN 2:23  তেতিয়া মানুক’লে, “এতিয়া ৈছে; এওঁ মোৰ াড়ৰো াড়, মোৰ মঙৰো মঙ; এওঁক ‘নাৰী’ বুলি মতা ’ব; কিয়নো এওঁক নৰৰ পৰা লোৱা ৈছে।”