Wildebeest analysis examples for:   asm-asmfb   ি    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

1  GEN 1:1  আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে।
2  GEN 1:2  পৃথিবীৰ আকাৰ নাছিআৰু সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিআৰু ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।
3  GEN 1:3  ঈশ্বৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
4  GEN 1:4  ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰিলে।
5  GEN 1:5  পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতিহ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত একিহ’ল। পাছত ঈশ্বৰে পোহৰৰ নামিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাত প্রথমিহ’ল।
6  GEN 1:6  তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ একিস্তৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
7  GEN 1:7  এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
8  GEN 1:8  ঈশ্বৰে সেইিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত, দ্বিতীয় িহ’ল।
9  GEN 1:9  তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
10  GEN 1:10  ঈশ্বৰে শুকান ভূমিনাম “স্থল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
11  GEN 1:11  ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিআৰু বীজ থকা গছ উৎপন্ন কৰক;িিন্ন ধৰণৰিতৰত গুটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12  GEN 1:12  ভূমিঘাঁহ-বন, শস্যদায়ী উদ্ভিআৰু বীজ থকা গছ উৎপন্ন হ’ল;িিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
13  GEN 1:13  গধূলি আৰু পুৱা হোৱাৰ পাছত তৃতীয়িহ’ল।
14  GEN 1:14  তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিপৰািনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু,িআৰু বছৰৰিৰূপে ব্যৱহাৰ হওঁক।
15  GEN 1:15  সেইবোৰে পৃথিবীৰ ওপৰত পোহৰিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
16  GEN 1:16  ঈশ্বৰেিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰু ৰাতিওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যোতি, এই দুই বৃহৎ জ্যোতি আৰু তৰাবোৰকোিৰ্ম্মাণ কৰিলে।
17  GEN 1:17  ঈশ্বৰে সেইবোৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰিয়ে;
18  GEN 1:18  িআৰু ৰাতিওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
19  GEN 1:19  গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰ্থিহ’ল।
20  GEN 1:20  তাৰ পাছত ঈশ্বৰে ক’লে, “বিিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
21  GEN 1:21  এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজতিচৰণ কৰািিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
22  GEN 1:22  ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকেিজৰ সংখ্যা বঢ়াই তোলা আৰু সমুদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেওিজৰ সংখ্যা বৃদ্ধি কৰক।”
23  GEN 1:23  গধূলি আৰু পুৱা হোৱাৰ পাছত পঞ্চমিহ’ল।
24  GEN 1:24  তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত িিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশু, বগাই ফুৰা প্ৰাণী আৰু নানািবনৰীয়া জন্তু উৎপন্ন হওঁক।” তাতে তেনেকুৱাই হ’ল।
25  GEN 1:25  ঈশ্বৰেিিন্ন বনৰীয়া জন্তু,িিন্ন ঘৰচীয়া পশু আৰু মাটিবগাই ফুৰািিন্ন প্ৰাণীিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
26  GEN 1:26  তাৰ পাছত ঈশ্বৰে ক’লে, “আমি িজৰ প্ৰতিমুৰ্ত্তিদৰে আমাৰ সাদৃশ্যেৰে মানুহিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”