Wildebeest analysis examples for:   asm-asmfb   ু    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

1  GEN 1:1  আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰ পৃথিৱী সৃষ্টি কৰিলে।
2  GEN 1:2  পৃথিবীৰ আকাৰ নাছিল আৰ সম্পূর্ণ শূণ্য আছিল; তাৰ ওপৰত আন্ধাৰে ঢকা অগাধ জল আছিল আৰ ঈশ্বৰৰ আত্মাই সেই জলৰ ওপৰত উমাই আছিল।
5  GEN 1:5  পাছত ঈশ্বৰে পোহৰৰ নাম “দিন” আৰ আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰ ৱা হোৱাত এক দিন হ’ল। পাছত ঈশ্বৰে পোহৰৰ নাম দিন, আৰ আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰ ৱা হোৱাত প্রথম দিন হ’ল।
6  GEN 1:6  তাৰ পাছত ঈশ্বৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিস্তৃত খালী অংশ হওঁক আৰ ই জলকভাগ কৰক।”
7  GEN 1:7  এইদৰে ঈশ্বৰে জলৰ মাজত এক খালী অংশৰ সৃষ্টি কৰিলে আৰ তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
8  GEN 1:8  ঈশ্বৰে সেই বিস্তৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰ ৱা হ’লত, দ্বিতীয় দিন হ’ল।
9  GEN 1:9  তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰ কান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
10  GEN 1:10  ঈশ্বৰেকান ভূমিৰ নাম “স্থল” আৰ গোট খোৱা জল ভাগৰ নাম “সমদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
11  GEN 1:11  ঈশ্বৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শস্য উৎপাদনকাৰী উদ্ভিদ আৰ বীজ থকা গছ উৎপন্ন কৰক; বিভিন্ন ধৰণৰ ভিতৰতটি থকা ফলৰ গছ স্থলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12  GEN 1:12  ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰ বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰ ফলৰ ভিতৰতটি হ’ল। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
13  GEN 1:13  গধূলি আৰ ৱা হোৱাৰ পাছত তৃতীয় দিন হ’ল।
14  GEN 1:14  তাৰ পাছত ঈশ্বৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেক জ্যোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋত, দিন আৰ বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
16  GEN 1:16  ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যোতি, আৰ ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষদ্ৰ-জ্যোতি, এইবৃহৎ জ্যোতি আৰ তৰাবোৰকো নিৰ্ম্মাণ কৰিলে।
18  GEN 1:18  দিন আৰ ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰ আন্ধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
19  GEN 1:19  গধূলি আৰ ৱা হোৱাৰ পাছত চতৰ্থ দিন হ’ল।
20  GEN 1:20  তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰ পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়িৰক।”
21  GEN 1:21  এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰ নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
22  GEN 1:22  ঈশ্বৰে সেইবোৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰি তোমালোকে নিজৰ সংখ্যা বঢ়াই তোলা আৰ সমদ্ৰবোৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
23  GEN 1:23  গধূলি আৰ ৱা হোৱাৰ পাছত পঞ্চম দিন হ’ল।
24  GEN 1:24  তাৰ পাছত ঈশ্বৰে ক’লে, “পৃথিৱীত বিভিন্ন ধৰণৰ প্ৰাণী উৎপন্ন হওঁক; ঘৰচীয়া পশ, বগাইৰা প্ৰাণী আৰ নানা বিধ বনৰীয়া জন্ত উৎপন্ন হওঁক।” তাতে তেনেকৱাই হ’ল।
25  GEN 1:25  ঈশ্বৰে বিভিন্ন বনৰীয়া জন্ত, বিভিন্ন ঘৰচীয়া পশ আৰ মাটিত বগাইৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবোৰ উত্তম দেখিলে।
26  GEN 1:26  তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মাননিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশ, সমদায় পৃথিৱী আৰ পৃথিবীত বগাইৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
27  GEN 1:27  তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানসৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানসৃষ্টি কৰিলে; তেওঁ তেওঁলোককআৰ স্ত্ৰী কৰি সৃষ্টি কৰিলে।
28  GEN 1:28  পাছত ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰি ক’লে, “তোমালোক বহবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰ তাক বশীভকৰা; সমদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰ পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলো প্রাণীৰ ওপৰত অধিকাৰ চলোৱা।”
29  GEN 1:29  ঈশ্বৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগতটি উৎপন্ন কৰা গছ আৰ ভিতৰতটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব।
30  GEN 1:30  সকলো বনৰীয়া জন্ত, আকাশৰ সকলো চৰাই আৰ মাটিত বগাইৰা সকলো প্রাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকৱাই হ’ল।
31  GEN 1:31  পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চালে। সেইবোৰ চাই অতি উত্তম পালে। গধূলি আৰ ৱা হোৱাৰ পাছত ষষ্ঠ দিন হ’ল।
32  GEN 2:1  এনেদৰে আকাশ-মণ্ডল আৰ পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰ উভয়কে সকলোৰে পৰিপূর্ণ কৰা হ’ল।
33  GEN 2:2  ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনত সোমাল আৰ সেইদিনা সকলো কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
35  GEN 2:4  এয়াই হৈছে আকাশ-মণ্ডল আৰ পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহোৱাই যিদিনা পৃথিৱী আৰ আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
36  GEN 2:5  তেতিয়াও পৃথিবীৰ পথাৰত একো তৃণ আদি নাছিল; পথাৰত কোনো শস্যদায়ী গছ গজা নাছিল; কিয়নো তেতিয়াও ঈশ্বৰ যিহোৱাই পৃথিবীত বৰষবৰষোৱা নাছিল আৰ মাটি চহাবৰ কাৰণে মানহো নাছিল।
37  GEN 2:6  কিন্ত পৃথিবীৰ পৰা এক ঘনঁৱলী উঠি আহিল আৰ গোটেই ভূমি ভিজালে।
38  GEN 2:7  ঈশ্বৰ যিহোৱাই মাটিৰ পৰালি লৈ মাননিৰ্ম্মাণ কৰিলে আৰ সেই মানহৰ নাকত দি নিশ্বাসৱাই দিলে; তাতে মানজীৱন্ত প্ৰাণী হ’ল।
39  GEN 2:8  ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰ তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানহক ৰাখিলে।
40  GEN 2:9  সেই ঠাইৰ মাটিত ঈশ্বৰ যিহোৱাই দেখিবলৈন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰ ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষকো উৎপন্ন কৰিলে।
41  GEN 2:10  সেই বাৰীত পানী দিবৰ কাৰণে এদনৰ পৰা এখন নদী ওলাই আহিছিল আৰ সেই ঠাইৰ পৰাই নদীখন চাৰিটা উপনৈত ভাগ হৈছিল।
42  GEN 2:11  প্ৰথম নৈৰ নাম পীচোন; এই নদীখন সমদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশত সোণ পোৱা যায়।
43  GEN 2:12  সেই দেশৰ সোণ উত্তম; তাতগগ আৰ বহৰঙী মূল্যৱান পাথৰো পোৱা যায়।
44  GEN 2:13  দ্বিতীয় নৈখনৰ নাম গীহোন। এই নদীদেশখনক ঘেৰি বৈ গৈছে।
45  GEN 2:14  তৃতীয় নৈখনৰ নাম হিদ্দেকেল। সেই নদী অচদেশৰ পূবদিশে বৈ গৈছে। চতৰ্থ নদীখনৰ নাম হৈছে ফৰাৎ।
46  GEN 2:15  ঈশ্বৰ যিহোৱাই মানহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰ তাৰ যত্ন লয়।
47  GEN 2:16  ঈশ্বৰ যিহোৱাই মানহক এই আজ্ঞা দিলে, “তমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
48  GEN 2:17  কিন্ত ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়নো যি দিনামি তাক খাবা, সেই দিনা অৱশ্যেই তোমাৰ মৃত্য হ’ব।”