Wildebeest analysis examples for:   asm-asmfb   ো    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

3  GEN 1:3  ঈশ্বৰে ক’লে, “পহৰ হওক,” তেতিয়াহৰ হ’ল।
4  GEN 1:4  ঈশ্বৰেহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰাহৰক পৃথক কৰিলে।
5  GEN 1:5  পাছত ঈশ্বৰেহৰৰ নাম “দিন” আৰু আন্ধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱাৱাত এক দিন হ’ল। পাছত ঈশ্বৰেহৰৰ নাম দিন, আৰু আন্ধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱাৱাত প্রথম দিন হ’ল।
9  GEN 1:9  তাৰ পাছত ঈশ্বৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহিখাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
10  GEN 1:10  ঈশ্বৰে শুকান ভূমিৰ নাম “স্থল” আৰুৱা জল ভাগৰ নাম “সমুদ্ৰ” হ’ল; তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
12  GEN 1:12  ভূমিত ঘাঁহ-বন, শস্যদায়ী উদ্ভিদ আৰু বীজ থকা গছ উৎপন্ন হ’ল; বিভিন্ন ধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশ্বৰে এইবউত্তম দেখিলে।
13  GEN 1:13  গধূলি আৰু পুৱাৱাৰ পাছত তৃতীয় দিন হ’ল।
14  GEN 1:14  তাৰ পাছত ঈশ্বৰে ক’লে, “পহৰ হ’বলৈ আকাশত অনেক জ্যতিবহওঁক; সেইহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইববেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপে ব্যৱহাৰ হওঁক।
15  GEN 1:15  সেইবৰে পৃথিবীৰ ওপৰতহৰ দিবলৈ আকাশত প্ৰদীপস্বৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
16  GEN 1:16  ঈশ্বৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জ্যতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ এক ক্ষুদ্ৰ-জ্যতি, এই দুই বৃহৎ জ্যতি আৰু তৰাবৰক নিৰ্ম্মাণ কৰিলে।
17  GEN 1:17  ঈশ্বৰে সেইবৰক আকাশৰ মাজত স্থাপন কৰিলে যাতে সেইবৰে পৃথিবীৰ ওপৰতহৰ দিয়ে;
18  GEN 1:18  দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আন্ধাৰৰ পৰাহৰক পৃথক কৰে। তেতিয়া ঈশ্বৰে ইয়াক উত্তম দেখিলে।
19  GEN 1:19  গধূলি আৰু পুৱাৱাৰ পাছত চতুৰ্থ দিন হ’ল।
20  GEN 1:20  তাৰ পাছত ঈশ্বৰে ক’লে, “বিভিন্ন প্রাণীৰে জল ভাগ পূর্ণ হওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবউড়ি ফুৰক।”
21  GEN 1:21  এইদৰে ঈশ্বৰে ডাঙৰ ডাঙৰ সাগৰীয় প্রাণী, জলৰ মাজত বিচৰণ কৰা বিভিন্ন প্রকাৰৰ উৰগ প্রাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষ্টি কৰিলে; তেতিয়া ঈশ্বৰে এইবউত্তম দেখিলে।
22  GEN 1:22  ঈশ্বৰে সেইবৰক আশীৰ্ব্বাদ কৰি ক’লে, “বংশ বৃদ্ধি কৰিমালকে নিজৰ সংখ্যা বঢ়াইলা আৰু সমুদ্ৰবৰৰ পানী পৰিপূৰ্ণ কৰা; পৃথিবীৰ ওপৰত চৰাইবৰেও নিজৰ সংখ্যা বৃদ্ধি কৰক।”
23  GEN 1:23  গধূলি আৰু পুৱাৱাৰ পাছত পঞ্চম দিন হ’ল।
25  GEN 1:25  ঈশ্বৰে বিভিন্ন বনৰীয়া জন্তু, বিভিন্ন ঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিন্ন প্ৰাণী নিৰ্ম্মাণ কৰিলে। তেতিয়া ঈশ্বৰে এইবউত্তম দেখিলে।
26  GEN 1:26  তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ প্ৰতিমুৰ্ত্তিৰ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰঁহক; তেওঁলকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
27  GEN 1:27  তেতিয়া ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰে মানুহ সৃষ্টি কৰিলে; ঈশ্বৰে নিজৰ প্ৰতিমূৰ্ত্তিৰেই মানুহ সৃষ্টি কৰিলে; তেওঁ তেওঁলকক পুৰুষ আৰু স্ত্ৰী কৰি সৃষ্টি কৰিলে।
28  GEN 1:28  পাছত ঈশ্বৰে তেওঁলকক আশীৰ্ব্বাদ কৰি ক’লে, “তমালবহুবংশৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভুত কৰা; সমুদ্ৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকল প্রাণীৰ ওপৰত অধিকাৰ চলৱা।”
29  GEN 1:29  ঈশ্বৰে ক’লে, “চৱা, টেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপন্ন কৰা গছ আৰু ভিতৰত গুটি থকা সকল ফলধৰা গছ মইমালকক দিলঁ; সেয়েমালকৰ আহাৰ হ’ব।
30  GEN 1:30  সকল বনৰীয়া জন্তু, আকাশৰ সকল চৰাই আৰু মাটিত বগাই ফুৰা সকল প্রাণীৰ আহাৰৰ কাৰণে সকল কেচাঁ বন দিলঁ।” তাতে তেনেকুৱাই হ’ল।
31  GEN 1:31  পাছত ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলকে চালে। সেইবচাই অতি উত্তম পালে। গধূলি আৰু পুৱাৱাৰ পাছত ষষ্ঠ দিন হ’ল।
32  GEN 2:1  এনেদৰে আকাশ-মণ্ডল আৰু পৃথিৱী নির্ম্মাণ কৰা হ’ল; আৰু উভয়কে সকলৰে পৰিপূর্ণ কৰা হ’ল।
33  GEN 2:2  ইতিমধ্যে ঈশ্বৰে তেওঁৰ কাম শেষ কৰি সপ্তম দিনতমাল আৰু সেইদিনা সকল কাৰ্যৰ পৰা তেওঁ বিশ্ৰাম ল’লে।
34  GEN 2:3  ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়ন সেইদিনা ঈশ্বৰে নিজৰ সকল সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।
35  GEN 2:4  এয়াই হৈছে আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টিৰ ইতিহাস। ঈশ্বৰ যিহৱাই যিদিনা পৃথিৱী আৰু আকাশ-মণ্ডল নিৰ্ম্মাণ কৰিলে, সেই কালৰ ঘটনাৰ বিৱৰণ এই।
36  GEN 2:5  তেতিয়াও পৃথিবীৰ পথাৰত এক তৃণ আদি নাছিল; পথাৰত শস্যদায়ী গছ গজা নাছিল; কিয়ন তেতিয়াও ঈশ্বৰ যিহৱাই পৃথিবীত বৰষুণ বৰষৱা নাছিল আৰু মাটি চহাবৰ কাৰণে মানুহ নাছিল।
37  GEN 2:6  কিন্তু পৃথিবীৰ পৰা এক ঘন কুঁৱলী উঠি আহিল আৰুটেই ভূমি ভিজালে।
38  GEN 2:7  ঈশ্বৰ যিহৱাই মাটিৰ পৰা ধুলি লৈ মানুহ নিৰ্ম্মাণ কৰিলে আৰু সেই মানুহৰ নাকত ফু দি নিশ্বাস সুমুৱাই দিলে; তাতে মানুহ জীৱন্ত প্ৰাণী হ’ল।
39  GEN 2:8  ঈশ্বৰ যিহৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে নিৰ্ম্মাণ কৰা মানুহক ৰাখিলে।
40  GEN 2:9  সেই ঠাইৰ মাটিত ঈশ্বৰ যিহৱাই দেখিবলৈ সুন্দৰ, খাবলৈক ভাল এনে সকল জাতৰ গছ উৎপন্ন কৰিলে; বাৰীৰ মাজত তেওঁ জীৱন-বৃক্ষ আৰু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষক উৎপন্ন কৰিলে।
42  GEN 2:11  প্ৰথম নৈৰ নাম পীচন; এই নদীখন সমুদায় হবীলা দেশকে ঘেৰি বৈ গৈছে; এই দেশতৱা যায়।
43  GEN 2:12  সেই দেশৰউত্তম; তাত গুগগুলু আৰু বহুৰঙী মূল্যৱান পাথৰ ৱা যায়।
44  GEN 2:13  দ্বিতীয় নৈখনৰ নাম গীহন। এই নদী কুচ দেশখনক ঘেৰি বৈ গৈছে।
46  GEN 2:15  ঈশ্বৰ যিহৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ যত্ন লয়।
47  GEN 2:16  ঈশ্বৰ যিহৱাই মানুহক এই আজ্ঞা দিলে, “তুমি বাৰীৰ সকল গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
48  GEN 2:17  কিন্তু ভাল বেয়া জ্ঞান দিওঁতা গছৰ ফল হ’লে নাখাবা; কিয়ন যি দিনা তুমি তাক খাবা, সেই দিনা অৱশ্যেইমাৰ মৃত্যু হ’ব।”
49  GEN 2:18  তাৰ পাছত ঈশ্বৰ যিহৱাই ক’লে, “মানুহ অকলে থকা ভাল নহয়; মই তেওঁৰ বাবে এজন উপযুক্ত সহকাৰী নিৰ্ম্মাণ কৰিম।”
50  GEN 2:19  ঈশ্বৰ যিহৱাই মাটিৰ পৰা সকল প্রকাৰৰ জীৱ-জন্তু আৰু আকাশৰ চৰাইবনিৰ্ম্মাণ কৰিলে; তাৰ পাছত তেওঁ সকল প্রাণীকে মানুহৰ ওচৰলৈ আনিলে; তেওঁ চাব বিচাৰিলে যে মানুহে সেই সকলৰক কি নাম দি মাতে। তেওঁ সেই প্রাণীবৰৰ যাক যি নামেৰে মাতিলে, তাৰ নাম সেয়ে হ’ল।
51  GEN 2:20  মানুহে সকল ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তুবৰৰ নাম দিলে; কিন্তু মানুহে নিজৰ কাৰণে সেইবৰৰ মাজত উপযুক্ত সহকাৰী নাপালে।
52  GEN 2:21  সেয়ে ঈশ্বৰ যিহৱাই মানুহলৈ গভীৰপনি আনিলে; তাতে তেওঁ গভীৰপনি গ’ল। তেতিয়া ঈশ্বৰ যিহৱাই তেওঁৰ এডাল কামী-হাড় উলিয়াই সেই ঠাই মঙহেৰে পুৰালে।
53  GEN 2:22  ঈশ্বৰ যিহৱাই মানুহৰ পৰা উলিওৱা কামী-হাড়ডালেৰে এগৰাকী স্ত্ৰী নিৰ্ম্মাণ কৰি তেওঁক মানুহৰ ওচৰলৈ লৈ আনিলে।
54  GEN 2:23  তেতিয়া মানুহে ক’লে, “এতিয়া হৈছে; এওঁহাড়ৰ হাড়,মঙহৰ মঙহ; এওঁক ‘নাৰী’ বুলি মতা হ’ব; কিয়ন এওঁক নৰৰ পৰাৱা হৈছে।”
55  GEN 2:24  সেইবাবে মানুহে নিজৰ পিতৃ মাতৃক ত্যাগ কৰি তেওঁৰ স্ত্রীৰ প্রতি আসক্ত হ’ব আৰু তেওঁলদুয়জন এক দেহ হ’ব।