Wildebeest analysis examples for:   asm-asmfb   Word;Word,    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

25862  LUK 20:14  কিন্তু খেতিয়ক সকলে তেওঁক দেখি ইজনে সিজনে কোৱা-মেলা কৰি ক’লে, ‘এৱেঁই উত্তৰাধিকাৰী;আহা, উত্তৰাধিকাৰ আমাৰ হ’বলৈ এওঁক বধ কৰোঁহক৷’