Wildebeest analysis examples for: asm-asmfb “Word:
February 24, 2023 at 23:39
Script wb_pprint_html.py by Ulf Hermjakob
31008
REV 14:13
পাছত এই আকাশ-বাণী শুনিলোঁ,
“লিখা:
এতিয়াৰ পৰা যি সকলে প্ৰভুত মৰে, সেই মৃতসকল ধন্য৷” “হয়”, আত্মাই কৈছে, “তেওঁলোকে নিজ নিজ পৰিশ্ৰমৰ পৰা জিৰণি পাব; কিয়নো তেওঁলোকৰ কৰ্ম তেওঁলোকৰ অনুগামী।”