Wildebeest analysis examples for:   asm-asmfb   “Word?    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

26026  LUK 23:22  তেতিয়া তেওঁ তৃতীয়বাৰো তেওঁলোকক ক’লে, “কিয়? এই মানুহ জনে কি দোষ কৰিলে? প্ৰাণদণ্ডৰ কোনো কাৰণ মই বিচাৰি পোৱা নাই; এই হেতুকে এওঁক শাস্তি দি এৰি দিম।”
26438  JHN 7:41  কিন্তু কিছুমানে ক’লে, “কি? খ্ৰীষ্ট জানো গালীল প্ৰদেশৰ পৰা ওলাব?