Wildebeest analysis examples for: asm-asmfb Word?।
February 24, 2023 at 23:39
Script wb_pprint_html.py by Ulf Hermjakob
17451
ECC 3:22
মই আকৌ উপলব্ধি কৰিলোঁ যে, নিজৰ কাৰ্যত সন্তুষ্ট হোৱাৰ বাহিৰে মানুহৰ বাবে আন একোৱেই ভাল নাই; কিয়নো এয়ে মানুহৰ কার্য। কাৰণ মানুহৰ মৃত্যুৰ পাছত কি ঘটিব, তাক দেখুৱাবলৈ কোনে তেওঁক ঘূৰাই
আনিব?।