Wildebeest analysis examples for: asm-asmfb ‘‘Word,
February 24, 2023 at 23:39
Script wb_pprint_html.py by Ulf Hermjakob
1286
GEN 42:33
তেতিয়া সেই দেশৰ যি জন প্ৰভু, তেওঁ আমাক ক’লে,
‘‘বোলে,
ইয়াৰ দ্বাৰায়েই মই জানিম যে তোমালোক সৎ মানুহ, সেয়ে তোমালোকৰ এজন ভাইক মোৰ লগত থৈ, ভোকত থকা পৰিয়ালৰ কাৰণে আকালৰ শস্য লোৱা আৰু নিজ বাটে যোৱা।