Wildebeest analysis examples for:   asm-asmfb   (‘Word’Word    February 24, 2023 at 23:39    Script wb_pprint_html.py   by Ulf Hermjakob

26516  JHN 9:7  তাৰ পাছত তেওঁক ক’লে, “যোৱা; চীলোহৰ পুখুৰীত গৈ ধুই পেলোৱা।” (‘চীলোহ’ৰ অনুবাদিত অর্থ ‘পঠোৱা হ’ল’); তেতিয়া মানুহ জনে গৈ ধুলে আৰু দৃষ্টি পাই ঘূৰি আহিল।