Wildebeest analysis examples for: asm-asmfb .
February 11, 2023 at 17:56
Script wb_pprint_html.py by Ulf Hermjakob
26918
JHN 19:24
এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷ “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি
ল’লে৷
.
ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”