Wildebeest analysis examples for:   asm-asmfb   ্    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

1  GEN 1:1  আদিতে ঈশবৰে আকাশ-মণডল আৰু পৃথিৱী সৃষটি কৰিলে।
2  GEN 1:2  পৃথিবীৰ আকাৰ নাছিল আৰু সমপূরশূণআছিল; তাৰ ওপৰত আনধাৰে ঢকা অগাধ জল আছিল আৰু ঈশবৰৰ আতমাই সেই জলৰ ওপৰত উমাই আছিল।
3  GEN 1:3  ঈশবৰে ক’লে, “পোহৰ হওক,” তেতিয়া পোহৰ হ’ল।
4  GEN 1:4  ঈশবৰে পোহৰক অতি উততম দেখিলে; তেওঁ আনধাৰৰ পৰা পোহৰক পৃথক কৰিলে।
5  GEN 1:5  পাছত ঈশবৰে পোহৰৰ নাম “দিন” আৰু আনধাৰৰ নাম “ৰাতি” হ’ল। এইদৰে গধূলি হ’ল আৰু পুৱা হোৱাত এক দিন হ’ল। পাছত ঈশবৰে পোহৰৰ নাম দিন, আৰু আনধাৰৰ নাম ৰাতি থলে। গধূলি আৰু পুৱা হোৱাতরথম দিন হ’ল।
6  GEN 1:6  তাৰ পাছত ঈশবৰে ক’লে, “জলৰ মাজত ভাগ হৈ এক বিসতৃত খালী অংশ হওঁক আৰু ই জলক দুভাগ কৰক।”
7  GEN 1:7  এইদৰে ঈশবৰে জলৰ মাজত এক খালী অংশৰ সৃষটি কৰিলে আৰু তলত থকা জল ভাগৰ পৰা ওপৰৰ জল ভাগক পৃথক কৰিলে; তাতে তেনেদৰেই হ’ল।
8  GEN 1:8  ঈশবৰে সেই বিসতৃত খালী অংশৰ নাম “আকাশ” ৰাখিলে। গধূলি আৰু পুৱা হ’লত,বিতীয় দিন হ’ল।
9  GEN 1:9  তাৰ পাছত ঈশবৰে ক’লে, “আকাশৰ তলত থকা জল ভাগ এক ঠাইত আহি গোট খাওঁক আৰু শুকান ভূমি ওলাওক;” তেতিয়া তেনেদৰেই হ’ল।
10  GEN 1:10  ঈশবৰে শুকান ভূমিৰ নাম “সথল” আৰু গোট খোৱা জল ভাগৰ নাম “সমুদৰ” হ’ল; তেতিয়া ঈশবৰে ইয়াক উততম দেখিলে।
11  GEN 1:11  ঈশবৰে ক’লে, “ভূমিয়ে ঘাঁহ-বন, শসউৎপাদনকাৰী উদভিদ আৰু বীজ থকা গছ উৎপনকৰক; বিভিনধৰণৰ ভিতৰত গুটি থকা ফলৰ গছথলভাগৰ ওপৰত গজি উঠক।” তাতে তেনেদৰেই হ’ল;
12  GEN 1:12  ভূমিত ঘাঁহ-বন, শসযদায়ী উদভিদ আৰু বীজ থকা গছ উৎপনহ’ল; বিভিনধৰণৰ ফলৰ গছ হ’ল আৰু ফলৰ ভিতৰত গুটি হ’ল। তেতিয়া ঈশবৰে এইবোৰ উততম দেখিলে।
14  GEN 1:14  তাৰ পাছত ঈশবৰে ক’লে, “পোহৰ হ’বলৈ আকাশত অনেকযোতিবোৰ হওঁক; সেই পোহৰে ৰাতিৰ পৰা দিনক পৃথক কৰিব। সেইবোৰ বেলেগ বেলেগ ঋতু, দিন আৰু বছৰৰ চিন ৰূপেযৱহাৰ হওঁক।
15  GEN 1:15  সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিবলৈ আকাশতৰদীপসবৰূপ হওঁক।” তেতিয়া তেনেদৰেই হ’ল।
16  GEN 1:16  ঈশবৰে দিনৰ ওপৰত অধিকাৰ চলাবলৈ এক মহা-জযোতি, আৰু ৰাতিৰ ওপৰত অধিকাৰ চলাবলৈ তাতকৈ একষুদৰ-জযোতি, এই দুই বৃহৎযোতি আৰু তৰাবোৰকো নিৰমাণ কৰিলে।
17  GEN 1:17  ঈশবৰে সেইবোৰক আকাশৰ মাজতথাপন কৰিলে যাতে সেইবোৰে পৃথিবীৰ ওপৰত পোহৰ দিয়ে;
18  GEN 1:18  দিন আৰু ৰাতিৰ ওপৰত অধিকাৰ চলায় আৰু আনধাৰৰ পৰা পোহৰক পৃথক কৰে। তেতিয়া ঈশবৰে ইয়াক উততম দেখিলে।
19  GEN 1:19  গধূলি আৰু পুৱা হোৱাৰ পাছত চতুৰদিন হ’ল।
20  GEN 1:20  তাৰ পাছত ঈশবৰে ক’লে, “বিভিনরাণীৰে জল ভাগ পূরহওঁক আৰু পৃথিবীৰ ওপৰ ভাগত আকাশৰ মাজত চৰাইবোৰ উড়ি ফুৰক।”
21  GEN 1:21  এইদৰে ঈশবৰে ডাঙৰ ডাঙৰ সাগৰীয়রাণী, জলৰ মাজত বিচৰণ কৰা বিভিনরকাৰৰ উৰগরাণী আৰু নানাবিধ ডেউকা থকা চৰাই সৃষটি কৰিলে; তেতিয়া ঈশবৰে এইবোৰ উততম দেখিলে।
22  GEN 1:22  ঈশবৰে সেইবোৰক আশীৰবাদ কৰি ক’লে, “বংশ বৃদধি কৰি তোমালোকে নিজৰ সংখযা বঢ়াই তোলা আৰু সমুদৰবোৰৰ পানী পৰিপূৰকৰা; পৃথিবীৰ ওপৰত চৰাইবোৰেও নিজৰ সংখযা বৃদধি কৰক।”
23  GEN 1:23  গধূলি আৰু পুৱা হোৱাৰ পাছত পঞচম দিন হ’ল।
24  GEN 1:24  তাৰ পাছত ঈশবৰে ক’লে, “পৃথিৱীত বিভিনধৰণৰৰাণী উৎপনহওঁক; ঘৰচীয়া পশু, বগাই ফুৰাৰাণী আৰু নানা বিধ বনৰীয়া জনতু উৎপনহওঁক।” তাতে তেনেকুৱাই হ’ল।
25  GEN 1:25  ঈশবৰে বিভিনবনৰীয়া জনতু, বিভিনঘৰচীয়া পশু আৰু মাটিত বগাই ফুৰা বিভিনৰাণী নিৰমাণ কৰিলে। তেতিয়া ঈশবৰে এইবোৰ উততম দেখিলে।
26  GEN 1:26  তাৰ পাছত ঈশবৰে ক’লে, “আমি নিজৰৰতিমুৰতিৰ দৰে আমাৰ সাদৃশযেৰে মানুহ নিৰমাণ কৰোঁহক; তেওঁলোকে সমুদৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰারাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
27  GEN 1:27  তেতিয়া ঈশবৰে নিজৰৰতিমূৰতিৰে মানুহ সৃষটি কৰিলে; ঈশবৰে নিজৰৰতিমূৰতিৰেই মানুহ সৃষটি কৰিলে; তেওঁ তেওঁলোকক পুৰুষ আৰুৰী কৰি সৃষটি কৰিলে।
28  GEN 1:28  পাছত ঈশবৰে তেওঁলোকক আশীৰবাদ কৰি ক’লে, “তোমালোক বহুবংশ হোৱা; বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰকৰা আৰু তাক বশীভুত কৰা; সমুদৰৰ মাছ; আকাশৰ চৰাই, আৰু পৃথিবীৰ ওপৰত বিচৰণ কৰা সকলোরাণীৰ ওপৰত অধিকাৰ চলোৱা।”
29  GEN 1:29  ঈশবৰে ক’লে, “চোৱা, গোটেই পৃথিবীৰ ওপৰিভাগত গুটি উৎপনকৰা গছ আৰু ভিতৰত গুটি থকা সকলো ফলধৰা গছ মই তোমালোকক দিলোঁ; সেয়ে তোমালোকৰ আহাৰ হ’ব।
30  GEN 1:30  সকলো বনৰীয়া জনতু, আকাশৰ সকলো চৰাই আৰু মাটিত বগাই ফুৰা সকলোরাণীৰ আহাৰৰ কাৰণে সকলো কেচাঁ বন দিলোঁ।” তাতে তেনেকুৱাই হ’ল।