Wildebeest analysis examples for: asm-asmfb ‘Word-Word-Word’
February 11, 2023 at 17:56
Script wb_pprint_html.py by Ulf Hermjakob
17878
ISA 8:1
যিহোৱাই মোক ক’লে, “তুমি এখন ডাঙৰ ফলি লোৱা আৰু তাত এইদৰে লিখা
‘মহেৰচালল-হচ-বজ’
17880
ISA 8:3
মই ভাববাদিনীৰ ওচৰলৈ গ’লো, আৰু তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেতিয়া যিহোৱাই মোক ক’লে, “তেওঁক
‘মহেৰচালল-হচ-বজ’
বুলি মাতিবা।