Wildebeest analysis examples for:   asm-asmfb   “Word-    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

20314  JER 51:33  কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “বাবিল- জীয়াৰী শস্য মৰণা মৰা কালৰ খলাস্বৰূপ, আৰু অলপতে শস্য কাটিবৰ সময় তাইলৈ আহিব”।