Wildebeest analysis examples for:   asm-asmfb   Word];    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

828  GEN 29:32  লেয়া গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তানৰ জন্ম দিলে আৰু তাৰ নাম থলে ৰূবেণ [পুত্ৰক চোৱা]; কিয়নো তেওঁ ক’লে, “যিহোৱাই মোৰ দুখ দেখিলে, সেয়ে এতিয়া মোৰ স্বামীয়ে মোক প্ৰেম কৰিব।”