Wildebeest analysis examples for:   asm-asmfb   Word?,    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

24726  MRK 11:17  তেওঁ উপদেশ দি তেওঁলোকক ক’লে, “এনেদৰে লিখা নাই নে?, ‘যে মোৰ ঘৰক সকলো জাতিৰ বাবে প্ৰাৰ্থনাৰ ঘৰ বোলা যাব? কিন্তু তোমালোকে তাক ডকাইতৰ গুহাকৰিলা’।”