Wildebeest analysis examples for:   asm-asmfb   Word‌Word‌Word    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

6131  JOS 11:22  ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্‌দোদত্‌হে কোনো অৱশিষ্ট থাকিল।