Wildebeest analysis examples for:   asm-asmfb   Word’”।”    February 11, 2023 at 17:56    Script wb_pprint_html.py   by Ulf Hermjakob

19533  JER 22:10  তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”